Youth Leadership Training Program – YLTP, 2024 Venue: Naharkatia College, Naharkatia, Dibrugarh, Assam

Youth Leadership Training Program – YLTP, 2024 Venue: Naharkatia College, Naharkatia, Dibrugarh, Assam

নাহৰকটীয়া মহাবিদ্যালয়ৰ
NSS-ৰ উদ্যোগত
আৰ্ট অফ লিভিঙ-ৰ
যুৱ নেতৃত্ব প্ৰশিক্ষণ শিবিৰ
(Youth Leadership Training Program – YLTP)

👮‍♂👮‍♀👮‍♂👮‍♀👮‍♂👮‍♀👮‍♂👮‍♀
যুৱ প্ৰজন্মই তেওলোকৰ সময়ৰ সদব্যৱহাৰ কৰক 🔒 আৰু নিজৰ ব্যক্তিত্ব আৰু প্ৰতিভা উজলাই নেতৃত্ব দিবলৈ শিকক

৮ দিনীয়া আৱাসিক প্ৰশিক্ষন
🙀🙀🙀🙀🙀🙀🙀🙀

বিকাশ কৰক:
⏩ যোগাযোগ কৌশল/ Communications skills
⏩নেতৃত্ব বহনৰ সক্ষমতা/Leadership ability
⏩সিদ্ধান্ত গ্ৰহণ পতুতা/Decision making capacity
⏩সামাজিক দায়িত্ব লোৱাৰ ক্ষমতা/Ability to take social responsibility
⏩তীক্ষ্ণ বুদ্ধি/Sharp mind
🙏🙏🙏🙏🙏🙏🙏🙏

বৃদ্ধি কৰক:
⬆আত্মবিশ্বাস/Confidence
⬆স্বাস্থ্য/Health
⬆ইতিবাচক মনোভাৱ/Positivity
⬆চিন্তাৰ স্পষ্টতা/Clarity of thoughts
👍👍👍👍👍👍👍👍

শিকক:
⏺যিকোনো পৰিস্থিতিতে সুখী হৈ থকাৰ সক্ষমতা/ Happy in every situation
⏺শাৰিৰীক মানসিক চাপ প্ৰবন্ধন/Stress management
⏺সময় প্ৰবন্ধন/Time manegement
⏺দলীয় কৰ্ম/Teamwork
⏺প্ৰত্যাহবান গ্ৰহণ কৰাৰ সামৰ্থ্য/Facing challenge
🌎🌎🌎🌎🌎🌎🌎

🗓 ১-ৰ পৰা ৮ জুলাই, ২০২৪

⏰ ৰাতিপুৱা ৬:০০ ৰ পৰা
সন্ধিয়া ৮:০০ বজা লৈকে

🏚 স্থান: নাহৰকটীয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহ
🍁🍁🍁🍁🍁🍁🍁

পঞ্জীয়নৰ লিংক 👇🏼
aolt.in/789279

সবিশেষ জানিবলৈ
শ্যোগাযোগ কৰক:
86384-08065
86383-08071

0
Your Cart (0)
Empty Cart Your Cart is Empty!

It looks like you haven't added any items to your cart yet.

Browse Products
Subtotal
Shipping & taxes calculated at checkout.
$0.00
Checkout Now
Powered by Caddy