Youth Leadership Training Program – YLTP, 2024 Venue: Naharkatia College, Naharkatia, Dibrugarh, Assam
Youth Leadership Training Program – YLTP, 2024 Venue: Naharkatia College, Naharkatia, Dibrugarh, Assam নাহৰকটীয়া মহাবিদ্যালয়ৰ NSS-ৰ উদ্যোগত আৰ্ট অফ লিভিঙ-ৰ যুৱ নেতৃত্ব প্ৰশিক্ষণ শিবিৰ (Youth Leadership Training Program – YLTP) 👮♂👮♀👮♂👮♀👮♂👮♀👮♂👮♀ যুৱ প্ৰজন্মই তেওলোকৰ সময়ৰ সদব্যৱহাৰ কৰক 🔒 আৰু নিজৰ ব্যক্তিত্ব আৰু প্ৰতিভা উজলাই নেতৃত্ব দিবলৈ শিকক ৮ দিনীয়া আৱাসিক প্ৰশিক্ষন 🙀🙀🙀🙀🙀🙀🙀🙀 বিকাশ কৰক: ⏩ যোগাযোগ কৌশল/ Communications skills ⏩নেতৃত্ব বহনৰ সক্ষমতা/Leadership ability ⏩সিদ্ধান্ত গ্ৰহণ পতুতা/Decision making capacity ⏩সামাজিক দায়িত্ব লোৱাৰ ক্ষমতা/Ability to take social responsibility ⏩তীক্ষ্ণ বুদ্ধি/Sharp mind 🙏🙏🙏🙏🙏🙏🙏🙏 বৃদ্ধি কৰক: ⬆আত্মবিশ্বাস/Confidence ⬆স্বাস্থ্য/Health ⬆ইতিবাচক মনোভাৱ/Positivity ⬆চিন্তাৰ স্পষ্টতা/Clarity of thoughts 👍👍👍👍👍👍👍👍 শিকক: ⏺যিকোনো পৰিস্থিতিতে সুখী হৈ থকাৰ সক্ষমতা/ Happy in...